Rashmi Konwar
Rashmi Konwar
  • 682
  • 22 232 498
মুনো হৃদৰোগত আক্ৰান্ত হৈছিল😥/মই কিদৰে মৃত্যুক জয় কৰিছিলোঁ/ঔষধ 100% প্ৰমাণিত /Rashmi konwar/Assamese
মুনো হৃদৰোগত আক্ৰান্ত হৈছিল😥/মই কিদৰে মৃত্যুক জয় কৰিছিলোঁ/ঔষধ 100% প্ৰমাণিত /Rashmi konwar/Assamese
Переглядів: 25 371

Відео

জেল যাব লগা হব পাৰে/ভবা মতে নহল😭/মুনুৰ কাণ্ড😲Rashmi konwar Assamese vlog
Переглядів 20 тис.8 годин тому
জেল যাব লগা হব পাৰে/ভবা মতে নহল😭/Rashmi konwar Assamese vlog
চেংনাঙক ঢেকীয়াখোৱা নামঘৰ দৰ্শন কৰালোঁ🙏/চৈতন্য আছে মই প্ৰমাণ পালোঁ♥️🙏/Rashmi konwar/Assamese vlog
Переглядів 26 тис.10 годин тому
চেংনাঙক ঢেকীয়াখোৱা নামঘৰ দৰ্শন কৰালোঁ🙏/চৈতন্য আছে মই প্ৰমাণ পালোঁ♥️🙏/Rashmi konwar/Assamese vlog
নিজৰ লগতে মুনো,চেংনাঙলৈও কৰিলোঁ বজাৰ/নাম্বাৰ প্লেট লগালো/Rashmi konwar Assamese vlog/shopping /
Переглядів 16 тис.13 годин тому
নিজৰ লগতে মুনো,চেংনাঙলৈও কৰিলোঁ বজাৰ/নাম্বাৰ প্লেট লগালো/Rashmi konwar Assamese vlog
চেংনাঙে কান্দি ৰণ জিকিব বিচাৰে / এগৰাকী মাতৃয়ে বিচাৰিছে পুত্ৰৰ নতুন জীৱন/Rashmi konwar/Assamese vlog
Переглядів 14 тис.15 годин тому
চেংনাঙে কান্দি ৰণ জিকিব বিচাৰে / এগৰাকী মাতৃয়ে বিচাৰিছে পুত্ৰৰ নতুন জীৱন/Rashmi konwar/Assamese vlog
আজি কাণত ধৰিলোঁ দেই ৰাইজ🙏/কাৰণটো চাব/ৰুটি গাহৰি😋Rashmi konwar /Assamese vlog
Переглядів 24 тис.17 годин тому
আজি কাণত ধৰিলোঁ দেই ৰাইজ🙏/কাৰণটো চাব/ৰুটি গাহৰি😋Rashmi konwar /Assamese vlog
বোৱাৰীক এনেবোৰ কথাতে কুলক্ষণী নকব/বানপানীৰ কাৰণে লেট্ৰিন কত কৰিছে😭/অলপ সহায়🙏Assamesevlog Rashmivlog
Переглядів 20 тис.22 години тому
বোৱাৰীৰ হাতত ভাগিল একোৱা টেপ/বানপানীৰ কাৰণে ভুৰতে কৰিব লগা হৈছে লেট্ৰিন😭/ভাত ডালি দিলোগৈAssamesevlog Rashmi konwar
ভূতে পাইছিল চেংনাঙক😢/ব্লেক মেজিকে শেষ কৰিছিল আমাক/ঠিকনা দিলোঁ/Black magic/Assamese vlog/Rashmikonwar
Переглядів 40 тис.День тому
ভূতে পাইছিল চেংনাঙক😢/ব্লেক মেজিকে শেষ কৰিছিল আমাক/ঠিকনা দিলোঁ/Black magic/Assamese vlog/Rashmikonwar ঠিকনা : নিৰ্মল ফুকন মৌদুমনি ডাক: মৌদুমনি পাটসাঁকো (,চৰাইদেউ) অসম তাত কাৰোবাক সুধিলে ঘৰ দেখুৱাই দিব । প্ৰায় সকলো মানুহে চিনি পায় বুলি কব পাৰি । ফোন ৰিচিভ কৰিবলৈ তেওঁৰ সময় নথকাৰ দৰেই । সেয়ে ফোন নাম্বাৰ দিবলৈ মানা কৰিছে । ( কি হৈ আছে অন্য ঠাইত দেখুৱাই তেওঁৰ ওচৰত ঔষধ লবলৈ আহিলে বেছি ভাল।যি কোনো যাদু...
কচুকলাৰ সুস্বাদু Recipe 😋/সাৱধান হব ,এটা ডাঙৰ ঘটনা ঘটিল😲/Rashmi konwar/Assamese vlog
Переглядів 27 тис.День тому
কচুকলাৰ সুস্বাদু Recipe 😋/সাৱধান হব ,এটা ডাঙৰ ঘটনা ঘটিল😲/Rashmi konwar/Assamese vlog
বৈষ্ণৱক কি উপহাৰ দিছিলোঁ/বোৱাৰীৰ ইমান অধিকাৰ নাই শহুৰৰ ঘৰত😡/Rashmi konwar/Assamese vlog
Переглядів 39 тис.День тому
বৈষ্ণৱক কি উপহাৰ দিছিলোঁ/বোৱাৰীৰ ইমান অধিকাৰ নাই শহুৰৰ ঘৰত😡/মাটি সম্পত্তি লৈ আনে নেকি সিহঁতি/Rashmi konwar/Assamese vlog
চেংনাঙৰ লগত ব্যস্ত সময়/সন্তানক খুৱাব পৰা সৰু tips👍/বোৱাৰীবোৰ স্বাধীন নে /Assamese vlog/Rashmikonwar
Переглядів 17 тис.День тому
চেংনাঙৰ লগত ব্যস্ত সময়/সন্তানক খুৱাব পৰা সৰু tips👍/বোৱাৰীবোৰ স্বাধীন নে /Assamese vlog/Rashmikonwar
বৈষ্ণৱৰ জন্মদিন🎂/মোৰ ছোৱালীৰ কষ্টৰ আঁৰৰ কথাবোৰ😭/ মাকৰ ঘৰৰ মানুহবোৰো আহিল💕/Rashmi konwar/Assamesevlog
Переглядів 58 тис.14 днів тому
বৈষ্ণৱৰ জন্মদিন🎂/মোৰ ছোৱালীৰ কষ্টৰ আঁৰৰ কথাবোৰ😭/ মাকৰ ঘৰৰ মানুহবোৰো আহিল💕/Rashmi konwar/Assamesevlog
মই টকা ঘটি আনিছোঁ/বোৱাৰীয়ে ঘৰৰ কাম কৰক/চেংনাঙে কি কৰিলে😲Vild PG ক লগ পালো/নমতা বিয়া/Assamese vlog
Переглядів 22 тис.14 днів тому
মই টকা ঘটি আনিছোঁ/বোৱাৰীয়ে ঘৰৰ কাম কৰক/চেংনাঙে কি কৰিলে😲Vild PG ক লগ পালো/নমতা বিয়া/Assamese vlog
বৈষ্ণৱৰ জন্মদিন পালেহি/Gift আনিলোঁ/বোৱাৰীৰ লগত অলপ ধেমালিয়ে সম্পৰ্ক মধুৰ কৰে/Rashmi konwar#vlog
Переглядів 23 тис.14 днів тому
বৈষ্ণৱৰ জন্মদিন পালেহি/Gift আনিলোঁ/বোৱাৰীৰ লগত অলপ ধেমালিয়ে সম্পৰ্ক মধুৰ কৰে/Rashmi konwar#vlog
instant গাহৰি এনেকৈ ৰান্ধিব😋/বিয়াত মোৰ অনুৰাগী💕/বোৱাৰীয়ে কলে মজা😍/Rashmi konwar/Assamese vlog
Переглядів 17 тис.14 днів тому
instant গাহৰি এনেকৈ ৰান্ধিব😋/বিয়াত মোৰ অনুৰাগী💕/বোৱাৰীয়ে কলে মজা😍/Rashmi konwar/Assamese vlog
মৃত দেউতাই গুণগুণৰ খবৰ দিলে😥/সকলো মিলি গল আচৰিত😲/বোৱাৰীৰ মোলৈ খং😲Rashmi konwar/Assamese vlog
Переглядів 20 тис.14 днів тому
মৃত দেউতাই গুণগুণৰ খবৰ দিলে😥/সকলো মিলি গল আচৰিত😲/বোৱাৰীৰ মোলৈ খং😲Rashmi konwar/Assamese vlog
বোৱাৰীয়ে ভাল পোৱাৰ দৰে ৰান্ধিলোঁ😋/চেংনাঙে প্ৰাৰ্থনা কৰিবলৈ শিকিছে/Rashmi konwar/Assamese vlog/
Переглядів 28 тис.14 днів тому
বোৱাৰীয়ে ভাল পোৱাৰ দৰে ৰান্ধিলোঁ😋/চেংনাঙে প্ৰাৰ্থনা কৰিবলৈ শিকিছে/Rashmi konwar/Assamese vlog/
সন্তান ডাঙৰ কৰাৰ দায়িত্ব কেৱল বোৱাৰীৰ নে?চেংনাঙে বিহু দেখুৱাইছে😕/Rashmi konwar/Assamese vlog
Переглядів 19 тис.21 день тому
সন্তান ডাঙৰ কৰাৰ দায়িত্ব কেৱল বোৱাৰীৰ নে?চেংনাঙে বিহু দেখুৱাইছে😕/Rashmi konwar/Assamese vlog
লৰা-বোৱাৰীৰ একান্তই ব্যক্তিগত সময়বোৰ/সুখী হোৱাৰ সহজ কৌশল/সমালোচনা কোনে কৰে/Rashmi konwar
Переглядів 28 тис.21 день тому
লৰা-বোৱাৰীৰ একান্তই ব্যক্তিগত সময়বোৰ/সুখী হোৱাৰ সহজ কৌশল/সমালোচনা কোনে কৰে/Rashmi konwar
শাহু-বোৱাৰী বিয়ালৈ/মুনুৰ নাচ😍/আকৌ লখিমপুৰৰ আলহী😘❤️/চেংনাঙক ফাঁকি দিলোঁ/Rashmi konwar/Assamese vlog
Переглядів 29 тис.21 день тому
শাহু-বোৱাৰী বিয়ালৈ/মুনুৰ নাচ😍/আকৌ লখিমপুৰৰ আলহী😘❤️/চেংনাঙক ফাঁকি দিলোঁ/Rashmi konwar/Assamese vlog
বোৱাৰীয়ে বেয়া পোৱা কামটো/তেওঁ আহিছিল আজি😘/কাঁহৰ বাচন নিমিষতে চাফা কৰিলোঁ/Rashmi konwar/Assamese vlog
Переглядів 18 тис.21 день тому
বোৱাৰীয়ে বেয়া পোৱা কামটো/তেওঁ আহিছিল আজি😘/কাঁহৰ বাচন নিমিষতে চাফা কৰিলোঁ/Rashmi konwar/Assamese vlog
সকলো লৈ গল😢/কুলাঙ্গাৰ😡/ছোৱালীজনীৰ মুখত অলপ মান হাঁহি দিবলৈ চেষ্টা কৰিলোঁ/Rashmi konwar/Assamese vlog
Переглядів 23 тис.21 день тому
সকলো লৈ গল😢/কুলাঙ্গাৰ😡/ছোৱালীজনীৰ মুখত অলপ মান হাঁহি দিবলৈ চেষ্টা কৰিলোঁ/Rashmi konwar/Assamese vlog
বিয়ৈ-বিয়নী আহিল/মুনুৰ মাক কিয় অহা নাছিল/যাবৰ সময়ত বহুত কান্দিলে😥Rashmi konwar/Assamese vlog.
Переглядів 31 тис.21 день тому
বিয়ৈ-বিয়নী আহিল/মুনুৰ মাক কিয় অহা নাছিল/যাবৰ সময়ত বহুত কান্দিলে😥Rashmi konwar/Assamese vlog.
শাহু-বোৱাৰী/শেষৰ দিনটো/কিয় এনেকুৱা কৰিলে😥/Rashmi konwar /Assamese vlog
Переглядів 30 тис.21 день тому
শাহু-বোৱাৰী/শেষৰ দিনটো/কিয় এনেকুৱা কৰিলে😥/Rashmi konwar /Assamese vlog
মানুহজনৰ জন্মদিনটো❤️/Birthday celebration.Rashmi konwar /Assamese vlog
Переглядів 32 тис.28 днів тому
মানুহজনৰ জন্মদিনটো❤️/Birthday celebration.Rashmi konwar /Assamese vlog
মাক নতুন গাড়ীত ফুৰালোঁ//আজি prank success 🤣//যি চাট দিলে ঐ😀😢Rashmi konwar/ Assamese vlog
Переглядів 27 тис.28 днів тому
মাক নতুন গাড়ীত ফুৰালোঁ//আজি prank success 🤣//যি চাট দিলে ঐ😀😢Rashmi konwar/ Assamese vlog
বিদূৰভাই চালোঁ/কি আছে চিনেমাখনত/বোৱাৰীকো পঠিয়ালোঁ চাবলৈ👍/Rashmi konwar/Assamese vlog.Bidurbhai
Переглядів 29 тис.Місяць тому
বিদূৰভাই চালোঁ/কি আছে চিনেমাখনত/বোৱাৰীকো পঠিয়ালোঁ চাবলৈ👍/Rashmi konwar/Assamese vlog.Bidurbhai
শহুৰ-বোৱাৰীৰ সম্পৰ্ক//চেংনাঙক আজি বিচাৰি পোৱা নাছিলোঁ😥//আজিৰ অতিথি/Rashmi konwar/ Assamese vlog
Переглядів 34 тис.Місяць тому
শহুৰ-বোৱাৰীৰ সম্পৰ্ক//চেংনাঙক আজি বিচাৰি পোৱা নাছিলোঁ😥//আজিৰ অতিথি/Rashmi konwar/ Assamese vlog
বাবলুৰ জন্মদিনত বিশেষ অতিথি🎂/ককায়েক-বৌৱেকৰ উপহাৰ ❤️❤️Rashmi konwar /Assamese vlog
Переглядів 58 тис.Місяць тому
বাবলুৰ জন্মদিনত বিশেষ অতিথি🎂/ককায়েক-বৌৱেকৰ উপহাৰ ❤️❤️Rashmi konwar /Assamese vlog
New car ত প্ৰথমদিন /মানুহজনৰ লগত দাঁতৰ চিলাই খুলিব গলো/মোৰ লৰা ডাঙৰ হল অ❤️rashmikonwar Assamese vlog
Переглядів 28 тис.Місяць тому
New car ত প্ৰথমদিন /মানুহজনৰ লগত দাঁতৰ চিলাই খুলিব গলো/মোৰ লৰা ডাঙৰ হল অ❤️rashmikonwar Assamese vlog

КОМЕНТАРІ

  • @pdchannel8869
    @pdchannel8869 2 години тому

    Amar mak u eitu khuaisilu dei vl hol etia❤❤❤❤ nice sharing

  • @Junvian
    @Junvian 3 години тому

    মোৰ হয় বা ।খায় বুলি জানো কিন্তু কেনেকৈ খায় সেইটো হে জনা নাছিলো

    • @RashmiKonwar
      @RashmiKonwar 2 години тому

      এতিয়া খাব পাৰিবা

  • @r.hazarika9231
    @r.hazarika9231 3 години тому

    অৰ্জুন গছৰ ছাল হৃদৰোগৰ বাবে উপকাৰী,সেইটো কেনেকৈ খাই আজিহে তোমাৰ ভিডিঅ'চাই গম পালোঁ। মোৰ দৰে বহুতেই হয়তো নাজানে ।ইমান সুন্দৰ আৰু সকলোৰে স্বাস্থ্যৰ বাবে উপকাৰী ভিডিঅ'এটা দিয়া বাবে তোমালৈ অশেষ ধন্যবাদ থাকিল। ভিডিঅ'টো চেয়াৰ কৰি দিছোঁ দেই ৰশ্মি,মৰম দিলোঁ চেংনাং লগতে সপৰিয়ালকে ❤❤❤

    • @RashmiKonwar
      @RashmiKonwar 2 години тому

      ধন্যবাদ বা

  • @MonBorah-vc7zw
    @MonBorah-vc7zw 4 години тому

    Hodai kukhale thakok apunaluk. Direct log pabo mon ase apunak

  • @Rashmirekhakonwar.
    @Rashmirekhakonwar. 7 годин тому

    কিনা গাখীৰ লগত খাব পাৰি নে মা

  • @mitaleechangkakoty-wx4su
    @mitaleechangkakoty-wx4su 12 годин тому

    Okanmanir kei bosor hol

  • @bornalikalita8636
    @bornalikalita8636 13 годин тому

    🙏🙏🙏

  • @munmisaikia3468
    @munmisaikia3468 13 годин тому

    Sengnang loi momrom❤ muru lora eta ase Sengnang t koi 7 din horu Mriganka Gogoi Sai thaku tumaluk k Val lage... Amar he ghopok k breastfeed eri dise aji 9 din hol kiba Jane jdi advice dibosun .. reply dibo buli axare...

    • @RashmiKonwar
      @RashmiKonwar 7 годин тому

      কিছুমান নিয়ম আছে ,কিন্তু সকলোৱে বিশ্বাস নকৰে । কিবা দুখ লাগিলেও নাখায় । দেৱ শিশু যে ,তুমি খুৱাওঁতে খং কৰিছিলা নেকি ?

  • @RimaRabha-ok9ip
    @RimaRabha-ok9ip 13 годин тому

    Sugar thakile khabo pri ne???

  • @kakolidas1688
    @kakolidas1688 14 годин тому

    Mur ase anekua benar

  • @jaanmoniduarah6497
    @jaanmoniduarah6497 15 годин тому

    বহুত ধুনীয়া ঔষধ আগ বঢ়ালে বাইদেউ ভাল লাগিল মোৰো হয় তেনেকুৱা কিন্তু আমাৰ ইয়াত গছজোপা নাই নহয় আকৌ 😊 আপোনাৰ ঘৰত গ'লে আনিব লাগিব।

  • @Anirban_art
    @Anirban_art 15 годин тому

    Bohut val dorob eta dile thanku so much

  • @DipikaDehingia
    @DipikaDehingia 17 годин тому

    সুন্দৰ ভিডিঅ'😊

  • @MainuChetia-gt5qg
    @MainuChetia-gt5qg 17 годин тому

    Maa apunak bahut bhal laga ❤❤ My favourite UA-cam er i miss you maa happy New year

    • @MainuChetia-gt5qg
      @MainuChetia-gt5qg 16 годин тому

      Maa agikali Aku reply nidiya hol ja muk Kiba beya pela ni karon apunak moi mur nijor mat koi kunugune kom buli nebhabu

  • @DollyGogoi_15
    @DollyGogoi_15 17 годин тому

    এইকেদিন গা বেয়া আছিল বাবে ভিডিঅ বোৰ চুৱা নাছিলো আজি একেলগে গোটাই gita চাইছোঁ ❤❤

  • @user-oo6sp4mt6p
    @user-oo6sp4mt6p 18 годин тому

    Rosmi ba bohut bohut val video dile moi aitu problem t vugi asu.mur maje maje ghopokoi hart tu dohp dhop kore moi bohut voi khai asu ki hoise buli.

  • @chandanadeka5880
    @chandanadeka5880 18 годин тому

    Very nice medicine

  • @TulumoniGogoi-u8q
    @TulumoniGogoi-u8q 18 годин тому

    ঔষধটোৰ বিষয়ে জানি ভাল লাগিল মোৰো মাজে মাজে বুকুখন ধপধপাই খাব লাগিব৷

  • @bubulsarmah1349
    @bubulsarmah1349 18 годин тому

    বহুত ভাল কথা আগ বঢ়ালে বহুত বহুত ধন্যবাদ আমাৰ ইয়াত গছ জোপা পাবলেহে নাই গুৱাহাটী পৰা ছাও। দেই

  • @user-uw4dj9ou2s
    @user-uw4dj9ou2s 18 годин тому

    Amr ghrt ase khuri bahor fan dar kotari thuwa

  • @RimpiMaina
    @RimpiMaina 19 годин тому

    Ma moru hoi aji Jani val lagil moiu kham ai okhudh bidh

  • @BobiPhukan
    @BobiPhukan 19 годин тому

    Vl lgil dei...apunar video aneu share kri diu ..❤❤

  • @probinsaikia7498
    @probinsaikia7498 19 годин тому

    আমাৰ ঘৰত আছে দা_কটাৰী থোৱা ফ্ৰাক

  • @lokhimibora1947
    @lokhimibora1947 19 годин тому

    মোৰ হাৰ্ট ৰ প্ৰব্লেম ওলোৱা তিনি বছৰ হল।প্ৰথম হওঁতে বহুত মানুহে মোক ছাল বিধ আনি দিছিল কিন্তু মই খাব নাজানোঁ কাৰণে নাখালোঁ।উপকৃত ভিডিও।

    • @RashmiKonwar
      @RashmiKonwar 18 годин тому

      এতিয়া খাব পাৰিব

  • @SangitaAssamese
    @SangitaAssamese 20 годин тому

    ❤❤❤❤❤❤❤❤❤❤

  • @hunmonebarhoi
    @hunmonebarhoi 20 годин тому

    Muru hoi eneke bohut bohut dhanyabad diya babe

  • @jinukalita9916
    @jinukalita9916 20 годин тому

    Pls reply koribo piles r dorob dye neki

    • @RashmiKonwar
      @RashmiKonwar 20 годин тому

      মই সুধিব লাগিব । সেই বিষয়ে নাজানো

  • @paharichutia-wr9ui
    @paharichutia-wr9ui 20 годин тому

    বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ,মোৰো ভৰিৰ বিষ

  • @DhunuBorah-mu4bh
    @DhunuBorah-mu4bh 21 годину тому

    Muru hoisile anekoi khai Val palu

  • @daijymahanta5475
    @daijymahanta5475 21 годину тому

    অজুন গছ আমাৰ ইয়াত পাবলে নাই মোৰো বহুত বুখুখন বিষাই

  • @pallabborah5535
    @pallabborah5535 21 годину тому

    Thank,you,baideu

  • @kalpanagogoi6051
    @kalpanagogoi6051 21 годину тому

    Mur u hoi haito bemar..bhot bhot dhoinnobad jonai dea karne..

  • @junmoniChangmai-y5o
    @junmoniChangmai-y5o 21 годину тому

    ভাল‌ লাগিল ‌ সখীজনী❤❤😢

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux 21 годину тому

    Val lagil Kathabor huni God bless you ❤❤❤❤❤❤

  • @chidanandaborah4866
    @chidanandaborah4866 22 години тому

    God bless this

  • @kasturichangmai2590
    @kasturichangmai2590 22 години тому

    ❤❤❤❤❤❤

  • @shikhigohain4851
    @shikhigohain4851 23 години тому

    Muru A2 hy okmnte buku dhop dhopai thke

  • @user-ye9fb8bv9s
    @user-ye9fb8bv9s 23 години тому

    Anxiety hola kkhbo prim nki

  • @koushickkoushick8140
    @koushickkoushick8140 23 години тому

    Sodai bat sai thaku maa apunar video loi... Kalir pora montu bhut bya lgi asel apunar mat Tu apunar morom loga kotha bur xuni he montu vl lgise apuni sodai vle thakk maa... Apunar pora ajiloike bhut xikisu aru jate anedore agoloi o xikibo paru ❤❤❤ apuni vle thakk maa ❤

  • @kalpanamahanta1812
    @kalpanamahanta1812 23 години тому

    Bhal lagil dei video, tu, sai, konmani joniloi bohut morom, lora, suali, bure dangoror sendal burei pindhi bhal pai, tumar video sai bhal pau medicine tur bixoye jani bhal lagil sadaye happy hoi thaka,,, ❤❤❤❤❤❤

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaon 23 години тому

    হয় অ সখী সৰু লৰা ছোৱালী বেলেগ বেলেগ ধৰণে বনাই ধেমালী কৰি কৰি খোৱাব লাগে। এনেদৰে খাই ভাল পাই যে জানো সখী বহুত ভাল হেনো । হয় নজনাসকল উপকৃত হব তোমাৰ ভিডিঅ জৰিয়তে মৰম সকলোলৈ ❤❤

  • @Mantula-mz5nz
    @Mantula-mz5nz 23 години тому

    Muru hoisil khurimaa 10bosor agot orjungosor sal khaisilu val palu

  • @user-ld3sw1oe6d
    @user-ld3sw1oe6d 23 години тому

    Bemar nojona kotha.. aapunar pora Jani bohut val lagil 🙏

  • @diptikonwargogoi2876
    @diptikonwargogoi2876 23 години тому

    মইও শুনিছো অৰ্জনগছৰ চাল দৰবত লাগে কিন্তু কি হলে খাই সেইটো নাজানো ।

  • @user-bq6bk1ly6n
    @user-bq6bk1ly6n 23 години тому

    অৰ্জুন গছৰ ছাল অলপ বইল কৰি সৰু সৰুকৈ কাটি শুকোৱাই ৰাখি থব।ভাত খোৱাৰ পাছত,চাহ খোৱাৰ পাছত মুহুদি কৰি খাব পাৰে।ইমান ভাল লাগে খাই।এনেই ল'ৰা ছোৱালী বোৰে খাব মন নকৰে। এনেকৈ থৈ ললে সকলোৱে খোৱা হ'ব, আলহী কো দিব পাৰিব।চাব বৰ ভাল পাব। আমাৰ ঘৰত এইটো আজি ২০বছৰৰ আগৰ পৰাই থয়।যাকে দিওঁ বৰ সলাগে।তামোল ,চফতকৈ ঘৰতে আছে যেতিয়া এটা ঔষধি বস্তু নিজেও কাকো,আনকো আগবঢ়ায় দিয়ক।নহয় জানো।

    • @RashmiKonwar
      @RashmiKonwar 23 години тому

      ধন্যবাদ ,নিশ্চয় ৰাখিম দেই

  • @user-hf1bf5mv4y
    @user-hf1bf5mv4y День тому

    দা কটাৰী থোৱা বাঁহৰ ফাক টোক গজীয়া বোলে

    • @RashmiKonwar
      @RashmiKonwar 23 години тому

      @@user-hf1bf5mv4y অশেষ ধন্যবাদ ।

  • @daisydutta5612
    @daisydutta5612 День тому

    Bortoman mur hoi ase aitu bemar.. anekua hoi ase jen moi jiyai nathakim.

    • @RashmiKonwar
      @RashmiKonwar 23 години тому

      খালে ভাল হবয়ে

  • @user-cb8vx2gx3d
    @user-cb8vx2gx3d День тому

    Mor deutai orjun gosor sal guri kori sah bonai khaisil.

  • @rumipopi7649
    @rumipopi7649 День тому

    মোৰো মাজে মাজে এনে হৈ থাকে কিন্তু দুৰ্ভাগ্য জনক যে মই হাৰিয়ানা ত হে থাকো ,যত থাকো তাত অৰ্জুন গছ নাই 🥲 ডক্তৰঅক্ দেখুৱাই চিলো হাৰ্ট খন অলপ কমজুৰী হৈছে বুলি কৈছে মেডিচিন খাই আছোঁ

    • @RashmiKonwar
      @RashmiKonwar 23 години тому

      পাৰ্চেল কৰি পঠিয়াবলৈ কব চোন

  • @user-ld3sw1oe6d
    @user-ld3sw1oe6d День тому

    🙏🙏